বিহপুৰীয়াত জাপানীজ এনকেফেলাইটিছত মৃত্যু অন্তঃসত্ত্বা মহিলাৰ

 07/11/2019 - 15:19

বিহপুৰীয়াঃ ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। এই ৰোগত আক্ৰান্ত হৈ মৃত্যু বিহপুৰীয়াৰ মৌচুমী শইকীয়া বৰুৱা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱটি লয়৷ আজি পুৱা হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ।

এগৰাকী কন্যা সন্তানৰ মাতৃ মৌচুমী ছয় মাহৰ অন্তঃসত্ত্বা আছিল৷ এই মৰ্মান্তিক মৃত্যুৰ ঘটনাই অঞ্চলটোৰ সকলো লোককে শোকাহত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।