কৃষক মুক্তিৰ ব্যতিক্ৰমী প্ৰতিবাদ

 07/11/2019 - 15:58

বঙাইগাঁওঃ বঙাইগাঁৱৰ বিদ্যুৎ বিভাগৰ এটা কাৰ্যালয়ৰ বিষয়াক ফুলৰ মালা পিন্ধাই আৰু মিঠাই খুৱাই প্ৰতিবাদ সাব্যস্ত্য কৰিছে কৃষক মুক্তি সংবাদ সমিতিয়ে।

অনিয়মিত বিদ্যুৎ সেৱা আৰু বিদ্যুৎ বিভাগৰ বিভিন্ন গাফিলতিৰ বাবে এনেদৰে ব্যতিক্ৰমী প্ৰতিবাদ কৰি নিন্দা কৰে বিদ্যুৎ বিভাগক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।