বিজনীত হাতীৰ পোৱালী উদ্ধাৰ

 07/11/2019 - 20:47

বিজনীঃ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বিষ্ণুপুৰৰ নতুন মাটিত আজি উদ্ধাৰ হয় এটি হাতীৰ পোৱালী। স্থানীয় ৰাইজে উদ্ধাৰ কৰি বন বিভাগৰ কৰ্তৃপক্ষক গতাই দিয়ে। নিশা বন্যহস্তীৰ জাকৰ লগত হাতীৰ পোৱালীটো আহিছিল বুলি সন্দেহ কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।