১৪৯ বছৰৰ পিছত দ্বিতীয় বাৰৰ বাবে লাগিব বৃহৎ চন্দ্ৰগ্ৰহণ

 07/12/2019 - 14:42

ডিজিটেল ডেস্ক: সূৰ্যগ্ৰহণৰ পিছত বৰ্ষটোৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ লাগিব ১৬ জুলাইত। এইবাৰ গুৰু পূৰ্ণিমাৰ দিনা ১৪৯ বছৰৰ পিছত এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।

উল্লেখ্য যে ১৮৭০ চনত প্ৰথম বাৰৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতে ১৬ জুলাইত ২০১৯ ত এনে দুৰ্লভ দৃশ্য দ্বিতীয়বাৰৰ বাবে দেখিবলৈ পোৱা যাব।

ৰাতি ১.৩০ বজাৰ পৰা আৰম্ভ হৈ পুৱা ৪.৩০ বজাত এই চন্দ্ৰগ্ৰহণৰ অন্ত হ'ব বুলি জ্যোতি বিজ্ঞানীসকলে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.