কাজাইকাটা-ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হুৰমুজ আলীৰ নেতৃত্বত সজাতি দলৰ প্লাৱিত অঞ্চল পৰিভ্ৰমণ

 07/12/2019 - 15:11

ডিজিটেল ডেস্কঃ কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান অসমৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে।

ধুবুৰীৰ কাজাইকাটা-ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হুৰমুজ আলীৰ নেতৃত্বত আজি এটা সজাতি দল পঞ্চায়ত এলেকাৰ প্লাৱিত অঞ্চল পৰিভ্ৰমণ কৰি বন্যাৰ্তৰ অৱস্থাৰ বুজ ল’বলৈ ৰাওনা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।