জাপানীজ এনকেফেলাইটিচত আক্ৰান্ত আৰু এজনৰ মৃত্যু

 07/13/2019 - 14:42

ডিজিটেল ডেস্কঃ ৰাজ্যত জাপানীজ এনচেফেলাইটিচৰ আতংক অব্যাহত আছে। জাপানীজ এনকেফেলাইটিচত আক্ৰান্ত আৰু এজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

মৃত লোকজন নগাঁৱৰ হাতীচোঙৰ গোলাপ দাস। জাপানীজ এনকেফেলাইটিচত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।