নতুন বিলঃ পথ দু্ৰ্ঘটনাত পাব নিহতৰ আত্মীয়ই ৫ লাখ, আহতই ২.৫ লাখ টকা!

 07/13/2019 - 14:59

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত দাখিল কৰিলে Motor Vehicles (Amendment) Bill, 2019। এই বিলৰ জৰিয়তে পথ দুৰ্ঘটনাত নিহতৰ আত্মীয়ই ৫ লাখ টকা আৰু আহত সকলে লাভ কৰিব ২.৫ লাখ টকাৰ সাহায্য।

নীতিন গাডকাৰীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি এই বিলখনত পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত বহু কেইটা নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। বহু নিয়ম অধিক শিথিল কৰা হৈছে বুলিও জনায় পৰিবহন মন্ত্ৰীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।