নলবাৰীত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা

 07/14/2019 - 13:08

নলবাৰীঃ নলবাৰীত উপস্থিত অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা৷

নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰিয়হতলীস্থিত বালভৱন হাইস্কুলত প্ৰশাসনে বানাক্ৰান্তসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে৷

আশ্ৰয় শিৱিৰত থকা বানাক্ৰান্ত সকলে যাতে কোনো অসুবিধা নাপায় তাৰ বাবে চকু ৰাখিবলৈ জিলা প্ৰশাসনলৈ আহ্বান মন্ত্ৰী গৰাকীৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।