07/14/2019 - 19:50
in
জামুগুৰিহাটঃ ভয়াৱহ বানে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেইবাখনো গাঁও এতিয়া বানৰ কবলত।
জামুগুৰিহাটৰ পানপুৰ, হকমা, গমিৰিপাল ,খলিহামাৰী ,থুলেটীকাকে আদি কৰি বহু কেইখন গাঁও এতিয়া বানৰ কবলত বুৰ গৈছে৷
যাৰ ফলস্বৰূপে এতিয়া ভয়াৱহ বানৰ পৰা ৰক্ষা পাবলৈ পথৰ ওপৰত নিৰাপদ স্থানত আশ্ৰয় লৈছে বানপীড়িত ৰাইজৰ লগতে পশুধন সমূহে৷