নুমলীগড়ৰ দৈগ্ৰোং বজাৰৰ সমীপত অবৈধ চুলাই মদৰ আদ্দা

 07/14/2019 - 19:57

নুমলীগড়ঃ নুমলীগড়ৰ দৈগ্ৰোং বজাৰৰ সমীপত চলিছে অবৈধ চুলাই মদৰ আদ্দা। দিন দুপৰতে মুকলিভাৱে ঘাইপথৰ কাষত এচাম লোক ব্যস্ত হৈ পৰিছে সুৰাপানত৷

এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই নুমলীগড় আৰক্ষী বিষয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।