আইপিএলৰ দ্বিতীয়খন খেল আজি কলিকতাত

 03/24/2019 - 14:06

ডিজিটেল ডেস্ক: আজি দুপৰীয়া ভাগত কলিকতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইপিএলৰ দ্বিতীয়খন খেল। কলিকতা আৰু ছানৰাইজাৰ হাইদৰাবাদৰ মাজত অনুষ্ঠিত হ'ব উক্ত খেলখন। 

আনহাতে, আজি গধূলি মুম্বাইৰ ৱাঙ্কেড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মুম্বাই ইণ্ডিয়ান আৰু দিল্লী 

কেপিটেলছৰ মাজত অনুষ্ঠিত হ'ব আন এখন মেছ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।