দিল্লীত কংগ্ৰেছী সাংসদৰ প্ৰতিবাদ

 07/15/2019 - 16:40

ডিজিটেল ডেস্কঃ অসমৰ বানপানী সমস্যাক লৈ দিল্লীত কংগ্ৰেছী সাংসদে সাব্যস্ত কৰিলে প্ৰতিবাদ৷ সোমবাৰে হাতে হাতে প্লে-কাৰ্ড লৈ সংসদ ভৱনৰ সন্মুখত কংগ্ৰেছী সাংসদে প্ৰতিবাদ সাব্যস্ত কৰে৷

কংগ্ৰেছী সাংসদসকলে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানাক্ৰান্ত ৰাইজক উচিত সাহায্য প্ৰদান কৰা আদি দাবী লৈ কেন্দ্ৰীয় চৰকাৰক উচিত কাৰ্যপন্থা অচিৰেই গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।