কিক বক্সিঙত নলবাৰীৰ খেলুৱৈৰ সোণৰ পদক

 07/15/2019 - 17:33

নলবাৰীঃ কামৰূপ জিলাৰ মিৰ্জাৰ শ্বহীদ ভৱনত ১১ জুলাইৰ পৰা ১৩ জুলাইলৈ অনুষ্ঠিত হোৱা অষ্টম সংখ্যক সদৌ অসম আন্তঃজিলা স্কুল কিক বক্সিং প্ৰতিযোগিতাত নলবাৰীৰ পকোৱাৰ আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ জয়ন্ত শৰ্ম্মাৰ জীয়ৰি জিজ্ঞাসী শৰ্ম্মা আৰু চান্দকুছি ঘিল্লা চকৰ গৌতম ডেকাৰ পুত্ৰ নিবিড় ডেকাই সোণৰ পদক লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।