07/15/2019 - 18:23
in
হাউলীঃ বৰপেটা জিলাৰ প্ৰায় পাঁচ শতাধিক গাঁও বানপ কবলত পৰিছে৷ এই বানত আক্ৰান্ত হোৱা গাঁওসমূহৰ ৰাইজক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদানৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, সাধাৰন সম্পাদক ৰহিদুল শিকদাৰ, সম্পাদক আফজালুৰ ৰহমানৰ নেতৃত্বত যোৱা এটি সজাতি দলে আজি জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্ৰদান কৰে৷