বৰপথাৰৰ সমাজকৰ্মী দীপ বৰবৰাৰ পৰলোকপ্ৰাপ্তি

 07/15/2019 - 19:06

সৰুপথাৰঃ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী দীপ বৰবৰাৰ যোৱা নিশা প্ৰায় ১২.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুৰ খবৰত সমগ্ৰ ধনশিৰি মহকুমাতে শোকৰ ছাঁ পৰে।

১৯৫৯ চনত জন্ম গ্ৰহণ কৰা বৰবৰাই মৃত্যুৰ সময়ত দুজন পুত্ৰ, এগৰাকী বোৱাৰীৰ লগতে এটি নাতি এৰি থৈ যায়। বৰ্তমান বিজেপি দলৰ সৰুপথাৰ মণ্ডল সমিতিৰ সভাপতিৰ দায়িত্বত থকা বৰবৰা এইগৰাকী শিক্ষা প্ৰেমীও৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.