দিল্লী আৰক্ষীৰ জালত জে ই এমৰ সন্ত্ৰাসবাদী

 07/16/2019 - 12:34

ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীৰ জালত পৰিছে জে ই এমৰ সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীটোৰ নাম হৈছে বাছিৰ আহমেদ। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সন্ত্ৰাসবাদীটোক।

ইফালে সন্ত্ৰাসবাদীটো গ্ৰেপ্তাৰ কৰিবৰ বাবে আৰক্ষীয়ে ঘোষণা কৰিছিল ২ লাখ টকাৰ পুৰস্কাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।