07/16/2019 - 13:16
in
বজালীঃ বজালীত পহুমৰাৰ ভয়াৱহ ৰূপ। মঙলবাৰে কেন্দুগুৰীৰ সমীপৰ দলৈগাওঁত মথাউৰি ছিগি তাণ্ডৱ পহুমৰা নদীৰ। প্ৰায় ১০ মিটাৰ মথাউৰি ছিগি পানী বাঢ়িছে তীব্ৰ গতিত।
পানীৰ তলত এতিয়া কেন্দুগুৰী কৰদৈগুৰী গড়কাপ্তানী পথ। কেবাখনো গাঁও প্লাৱিত হোৱাত কেৱল এতিয়া বন্যাৰ্তৰ হাহাকাৰ চৌদিশে।