নলবাৰীত মৃতদেহ উদ্ধাৰ

 03/24/2019 - 19:06

নলবাৰীঃ নলবাৰী জিলাৰ মধুপুৰৰ বুঢ়াদিয়া নদীত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়৷ মৃত যুৱকজন বৰ্ণিবাৰীৰ ফিৰোজ আলি বুলি জানিব পৰা গৈছে৷

সমগ্ৰ ঘটনা এতিয়াও সন্দেহৰ আৱৰ্তত৷ আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃত সত্য৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।