১৫ দিনৰ ভিতৰত ৪টাকৈ সোণৰ পদক অৰ্জন স্বৰ্ণকন্যাৰ

 07/18/2019 - 14:08

ডিজিটেল ডেস্কঃ হিমাৰ জয়যাত্ৰা অব্যাহত আছে। ১৫ দিনৰ ভিতৰত ৪টাকৈ সোণৰ পদক অৰ্জন কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে অসম কন্যাগৰাকীয়ে।

শেহতীয়াকৈ চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰা প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিলে হিমা দাসে। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে স্বৰ্ণকন্যাগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।