ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য

 07/19/2019 - 16:28

ডিজিটেল ডেস্কঃ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল। ২.৫৩ বজাত অহা এই ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতি সম্পৰ্কে জানিব পৰা হোৱা নাই। ৰিখটাৰ স্কেলৰ ৫.৯ প্ৰাবল্যৰ ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল অৰুণাচলৰ পূৱ কামেং জিলাত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।