প্ৰেচিডেঞ্চ কাপ বক্সিং টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

 07/20/2019 - 18:28

ডিজিটেল ডেস্কঃ প্ৰেচিডেঞ্চ কাপ বক্সিং টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ অসম সন্তান শিৱ থাপাৰ। বক্সিং কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৬৩ কিল'গ্ৰামত প্ৰতিদ্বন্দ্বিতা কৰিছে শিৱ থাপাই।

শুকুৰবাৰে কাৰ্গিস্তানৰ আৰ্গান কাদিৰি বেকুলুক শিৱ থাপাই ৪.১ ৰ ব্যৱধানত পৰাস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।