বন্যাৰ্তৰ বাবে য়েছে দৰজে ঠংচি, ৰীমা দাস, ৰিয়ান পৰাগৰ ১ লাখ টকাৰ সাহায্য

 07/20/2019 - 19:35

ডিজিটেল ডেস্কঃ ৰাজ্যত বানৰ বিভীষিকা এতিয়াও অব্যাহত। তাৰমাজতে অসমৰ অস্কাৰমুখী বিশিষ্ট পৰিচালক ৰীমা দাসে বানপীড়িত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইলে এক লাখ টকা।

আনফালে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়েও বানাক্ৰান্তৰ বাবে আগবঢ়ালে এক লাখকৈ টকা। ক্ৰিকেটাৰ ৰিয়ান পৰাগেও আগবঢ়ালে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ ১ লাখকৈ টকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।