গোসাঁইগাঁৱৰ গুৰুফেলাত নৃশংস হত্যাকাণ্ড

 07/21/2019 - 20:31

শ্ৰীৰামপুৰঃ গোসাঁইগাঁৱৰ গুৰুফেলাত আজি এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ জানিব পৰা মতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা মাহী মাকক হত্যা কৰে এজন যুৱকে৷ ঘৰুৱা কাজিয়াক কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ দুই নম্বৰ হাতীগড় গাঁৱৰ নিবাসী পাইখা হেমৰমৰ পুত্ৰ মণি লাল হেমৰমে মাহী মাক লক্ষ্মী টুডুক(৪০) হত্যা কৰে৷ হত্যাকাৰী মণি লাল হেমৰমক আৰক্ষীয়ে আটক কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।