বেলগুৰিত কিশোৰীক যৌন নিৰ্যাতন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ

 07/22/2019 - 14:35

ডিজিটেল ডেস্কঃ টকাৰ প্ৰলোভন দি স্থানীয় কিশোৰীক যৌন নিৰ্যাতন কৰি অহাৰ অভিযোগ উঠিছে বেলগুৰি পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃতি মোহন পাটোৱাৰীৰ বিৰুদ্ধে৷

স্থানীয় লোকৰ অভিযোগ প্ৰায়ে এইজন লম্পটে গাঁও তথা নিজৰ ঘৰত কাম কৰা মহিলাৰ লগতো যৌন সম্পৰ্ক কৰি আহিছে৷ বৰ্তমান শিক্ষকজন পলাতক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।