মাদ্ৰাছাত শিক্ষক নিযুক্তিত বাধ্যতামূলক হ’ব টেট

 07/22/2019 - 17:34

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা মাদ্ৰাছাত শিক্ষক নিযুক্তিত বাধ্যতামূলক হ’ব টেট৷ চৰকাৰৰ পূৰ্বৰ সিদ্ধান্তত উচ্চ ন্যায়ালয়ৰ মোহৰ৷ মাদ্ৰাছাত শিক্ষক নিযুক্তিত টেটৰ বিৰোধিতা কৰিছিল একাংশ প্ৰাৰ্থীয়ে৷

আজি এক ৰায়যোগে মাদ্ৰাছাত টেট শিক্ষক নিযুক্তি বাধ্যতামূলক কৰিলে ন্যায়ালয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।