যোৰহাট উন্নয়ন চুপাৰ মাৰ্কেটত অগ্নিকাণ্ড

 07/22/2019 - 21:01

তিতাবৰঃ যোৰহাট উন্নয়ন চুপাৰ মাৰ্কেটত আজি এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। জিলা পৰিষদৰ জেনেৰেটত সূত্ৰপাত হয় অগ্নিকাণ্ডটো। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা উন্নয়ন চুপাৰ মাৰ্কেট। প্ৰায় ২০০ খন দোকানৰ লগতে জিলা পৰিষদ আৰু পৌৰসভাৰ কাৰ্য্যালয় আছে চুপাৰ মাৰ্কেটতখনত। জেনেৰেটৰ সময়মতে বন্ধ নকৰাৰ অভিযোগ। অগ্নি নিৰিবাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।