প্ৰাক্তন সাংসদ চৰন নাৰ্জাৰীৰ বিয়োগ

 07/23/2019 - 12:48

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ সমষ্টিৰ প্ৰাক্তন সাংসদ চৰন নাৰ্জাৰীয়ে আজি পুৱা সামৰে জীৱন নাট। মহানগৰীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা নাৰ্জাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ।

বাৰ্ধক্যজনিত ৰোগত ভুগি চিকিৎসাধীন হৈ আছিল নাৰ্জাৰী। কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা, PTCA দলৰ প্ৰতিষ্ঠাপকো আছিল চৰণ নাৰ্জাৰীৰ সাহিত্য জগততো আছিল দখল।

নাৰ্জাৰীৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। বড়ো সাহিত্য সভাৰো শোক প্ৰকাশ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।