গজেন দাস স্মৃতি ন্যাসৰ উদ্যোগত বানপিড়ীত লোকৰ সাহায্যাৰ্থে ডিগাৰু পানবাৰী এলেকাত খাদ্য সামগ্ৰী বিতৰণ

 07/23/2019 - 13:24

গুৱাহাটীঃ গজেন দাস স্মৃতি ন্যাস, বতাহঘুলি, পাঞ্জাবাৰীৰ উদ্যোগত বানপিড়ীত লোকৰ সাহায্যাৰ্থে ডিগাৰু পানবাৰী এলেকাত মঙলবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

খাদ্য সামগ্ৰীসমূহ হ’ল- চাউল ৫ কুইন্টল, মচুৰ দালি ১০০ কিলো, নিমখ ১০০ কিলো, বিস্কুট ২০০ পেকেট, মুড়ি ১০০ পেকেট, মম ১০০ পেকেট চাবোন ১০০ পেকেট,আমুল গাখীৰ আধা লিটাৰকৈ ১০০ পৰিয়াললৈ।

খোৱাপানী ১৬ কাৰ্টন, চেনিটেৰী নেপকিন ২ কাৰ্টন খোৱাপানীৰ বটল ৪০০ লিটাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।