বিলাসীপাৰাত পুনৰ বানৰ তাণ্ডৱ

 07/24/2019 - 19:05

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ বানৰ তাণ্ডৱ। একে নিশাই বানত গৃহহীন শ শ পৰিয়াল। ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লৈছে গৃহহীন পৰিয়ালে। খাদ্যৰ অভাৱত বানাক্ৰান্তৰ হাহাকাৰ।

কিন্ত খবৰ ল’বলৈ আহৰি নাই চৰকাৰ তথা জন প্ৰতিনিধিৰ। ফলত চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে আমছুৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।