বৰপেটা জিলাত ৰেড এলাৰ্ট জাৰি

 07/24/2019 - 19:31

বজালীঃ কিছু সময়ৰ পূৰ্বে বৰপেটা জিলাৰ ৫ খন ঠাইত ৰেড এলাৰ্ট জাৰি কৰে বৰপেটা জিলা প্ৰশাসনে। ৰেড এলাৰ্ট জাৰি কৰা ঠাইসমূহ হ'ল বজালী, সৰভোগ, কলগাছিয়া, বাঘবৰ আৰু সৰুপেটা। নৈপৰীয়া ৰাইজক নিৰাপদ ঠাইত আশ্ৰয় লোৱাৰ আহ্বান বৰপেটা জিলা প্ৰশাসনৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।