বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ সাহায্য প্ৰদান

 07/24/2019 - 20:00

বৰপেটাঃ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে আৰ্থিক বৰঙণি৷ বুঢ়া সত্ৰীয়াগৰাকীয়ে আজি তেওঁৰ পেঞ্চনৰ সাঁচতীয়া ধনৰ পৰা বৰপেটা জিলাৰ উপায়ুক্তক প্ৰদান কৰে ৫০ হেজাৰ টকাৰ এখন চেক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।