জাজৰিত ফেচবুক গ্ৰুপৰ বান সাহায্য বিতৰণ

 07/24/2019 - 20:20

ডিজিটেল ডেস্কঃ নগাঁৱৰ জাজৰিৰ সচেতন ৰাইজৰ সহযোগত এটি ফেচবুক গ্ৰুপে মৰিগাঁৱৰ লাহৰিঘাটৰ জেংপৰী গাঁৱত বুধবাৰে বান সাহায্য বিতৰণ কৰে। এই কাৰ্যত বিশেষভাবে সহায় কৰে স্থানীয় যুৱক জিণ্টুমণি ডেকাই। তেওঁলোকে সাধ্যানুসৰি দাইল, চাউল, আটা, নেপকিন, মিঠাতেল, চাবোন, মেডিচিন, কাপোৰ, মুৰী ইত্যাদি সামগ্ৰী বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।