বেঁকী নৈৰ গৰাখহনীয়া কবলত বাক্সাৰ গোৱর্দ্ধনা অঞ্চল

 07/24/2019 - 20:56

বাক্সাঃ বেঁকী নৈৰ তীব্র গৰাখহনীয়াৰ ফলত সর্বহাৰা বাক্সাৰ জিলাৰ গোৱর্দ্ধনা থানাৰ অন্তর্গত অঞ্চলৰ ৰাইজ। কৃষিজীৱী লোকসকলৰ খেতি বাতি বেঁকী নদীৰ কৱলত পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়ালৈ চৰকাৰৰ জনপ্রতিনিধি উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক কোনো ধৰণৰ সাহায্য প্রদান নকৰাৰ অভিযোগ উঠিছে৷ আজি বাক্সা জিলা এবিএমছু আৰু এছএফআইৰ সাধাৰণ সম্পাদক দ্বয়ে তীব্র সমলোচনা কৰে স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাস লগতে বি টি চি চৰকাৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।