বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বাসগৃহত একঁকাল পানী

 07/24/2019 - 21:08

ডিজিটেল ডেস্কঃ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এতিয়া কোকৰাঝাৰ জিলাৰো বিভিন্ন প্ৰান্তত অব্যাহত আছে বানাতংক৷ কোকৰাঝাৰ জিলাৰ বিভিন্ন গাঁৱৰ ৰাইজৰ সমান্তৰালকৈ বানত এইবাৰ সাৰি যোৱা নাই জননেতাও৷ ২৯ নং কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বাসগৃহও এতিয়া বানৰ কবলত৷ এতিয়া এনেদৰে একঁকাল পানীত বুৰ গৈছে বিধায়ক ৰবীৰাম নাৰ্জাৰীদেৱৰ বাসগৃহ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।