আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ

 07/25/2019 - 12:34

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুলত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত নিহত ৫ গৰাকী সাধাৰণ নাগৰিক। আনহাতে বিস্ফোৰণটোত আহত হৈছে ১০ জনতকৈও অধিক লোক।

বিস্ফোৰণৰ আঁৰত কোন জড়িত সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আফগানিস্তান প্ৰশাসনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.