মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ বট’দ্ৰৱা থান পৰিচালনা সমিতিৰ এক লাখ টকাৰ চেক প্ৰদান

 07/25/2019 - 17:50

ৰহাঃ মু্খ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ আজি বট’দ্ৰৱা থান পৰিচালনা সমিতিয়ে এক লাখ টকা আগবঢ়ায়।

বট’দ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত পৰিচালনা সমিতিৰ হৈ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সভাপতি ভোগেশ্বৰ বৰা,  সভাপতি ইন্দ মোহন বৰুৱা, সম্পাদক লক্ষী বৰা আৰু কোষাধক্ষ্য ঘনশ্যাম নাথে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত এক লাখ টকাৰ চেক প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।