হোজাই জিলা বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

 07/25/2019 - 20:13

লংকাঃ হোজাই শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত হোজাই জিলা বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ৷

মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী কৰণ কৰাৰ বিৰুদ্ধে ৰান্ধনীসকলক মাহিলী ৫ হাজাৰ টকাকৈ মাননী, পেঞ্চন, চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ৷

শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ অংশগ্ৰহণ৷ প্ৰতিবাদৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।