অৰুণাচলত অসমীয়া যুৱক-যুৱতীৰ আদৰ্শনীয় পদক্ষেপ

 07/26/2019 - 18:05

ডিজিটেল ডেস্কঃ অৰুণাচলত অসমীয়া যুৱক-যুৱতীৰ আদৰ্শনীয় পদক্ষেপ। অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে হাতে হাতে দানপাত্ৰ লৈ সংগ্ৰহ কৰিছে সাহায্য।

এটুপি খোৱাপানী, অন্ন বস্ত্ৰৰ বাবে হাহাকাৰ কৰা বন্যাৰ্ত সকললৈ সাহায্য দিবৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বাসিন্দাসকলে ব্যাপকভাৱে সহায় কৰা পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।