হ্ৰাস পালে পেট্ৰ’লৰ মূল্য

 07/27/2019 - 12:15

ডিজিটেল ডেস্কঃ সুখবৰ। হ্ৰাস পালে পেট্ৰ’লৰ মূল্য। ধাৰাবাহিভাৱে তৃতীয়দিনাত ভৰি দিলে পেট্ৰ’ল মূল্য হ্ৰাসে। শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত কমিল ৫ পইচাকৈ।

যোৱা শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ৬ পইচাকৈ হ্ৰাস পাইছিল। দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৩.২৪ টকা। ডিজেলৰ মূল্যৰ কিন্তু কোনো হেৰফেৰ হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।