মহাৰাষ্ট্ৰৰ বদলাপুৰত তীব্ৰ বৃষ্টিপাতৰ বাবে আৱদ্ধ মহালক্ষ্মী এক্সপ্ৰেছ

 07/27/2019 - 14:29

ডিজিটেল ডেস্কঃ মুম্বাইত অব্যাহত থকা তীব্ৰ বৃষ্টিপাতৰ বাবে আৱদ্ধ হৈ পৰিছে মহাৰাষ্ট্ৰৰ বদলাপুৰত মহালক্ষ্মী এক্সপ্ৰেছ। ফলত আৱদ্ধ ৭০০ যাত্ৰী। যাত্ৰীসকলক উদ্ধাৰৰ বাবে NDRF বাহিনী মোতায়ন কৰিছে।

ইতিমধ্যে এখন সাহাৰ্যকাৰী ৰে’ল ঘটনাস্থলীলৈ প্ৰেৰণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৭-৮ দিনলৈ অব্যাহত থাকিব বৰষুণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।