আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ

 07/27/2019 - 18:10

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাই সংঘটিত হয় আফগানিস্তানৰ আব বান্দ জিলাত এক বিস্ফোৰণ। জানিব পৰা মতে এই বিস্ফোৰণ এখন বাহনৰ ভিতৰত সংঘটিত হয়।

বিস্ফোৰণৰ ফলত ৪জন লোক নিহত আৰু ২০জনকৈ লোক আহত হয়। আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.