গুৱাহাটীত ৰে’ল ষ্টেচনত যুৱতীসহ ড্ৰাগছ জব্দ

 07/30/2019 - 12:00

গুৱাহাটীঃ গুৱাহাটীত ৰে’ল ষ্টেচনত এগৰাকী যুৱতীৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে ২২ পেকেট হেৰ’ইন। হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ হেৰ’ইনখিনি।

দিল্লীলৈ নিয়াৰ উদ্দেশ্যে যুৱতীগৰাকীয়ে আনিছিল হেৰ’ইনখিনি।ধৃত যুৱতীগৰাকীৰ ঘৰ পশ্চিম বংগৰ নাডায়াত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।