২০২০ চনত চীনে মুকলি কৰিব ছুপাৰ কম্পিউটাৰ

 07/30/2019 - 18:13

ডিজিটেল ডেস্কঃ বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যোৱা চীনে ২০২০ চনত মুকলি কৰিব আটাইতকৈ দ্ৰুত বেগী ছুপাৰ কম্পিউটাৰ।

যি কম্পিউটাৰ আমেৰিকাৰ ছুপাৰ কম্পিউটাৰ সমূহতকৈ বহু গুণে বেছি দ্ৰুত হ'ব বুলি বেইজিঙৰ সুত্ৰই প্ৰকাশ কৰিছে। এই চুপাৰ কম্পিউটাৰটোৰ গতিবেগ ১২৫.৪ পেটাফ্লপ।

চীনৰ চৰকাৰে প্ৰকাশ কৰা মতে এনে ছুপাৰ কম্পিউটাৰ বিশ্বৰ আন কোনো দেশত নাই। এই কম্পিউটাৰ বিধৰ শক্তি হৈছে ২লাখ ট্ৰিলিয়ন। চুপাৰ কম্পিউটাৰ মুকলি কৰাৰ লগে লগে প্ৰযুক্তিৰ ক্ষেত্ৰত চীন বহু আগুৱাই যাৱ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।