মনোনয়ন পত্র দাখিল আজমলৰ

 03/28/2019 - 17:25

ধুবুৰী: সমাগত লোকসভা নিৰ্বাচন। ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ। সকলো দলৰ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্র।

ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে আজি দাখিল কৰিলে মনোনয়ন। ধুবুৰী লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে আজমলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।