অসম ক্ৰিক্ৰেট সংস্থাৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান

 07/31/2019 - 18:48

গুৱাহাটীঃ এ চি এ অৰ্থাৎ অসম ক্ৰিক্ৰেট সংস্থাই আজি বানপীড়িত লোকসকলৰ বাবে ‍মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

মুখ‍্যমন্ত্ৰীক নিজ হাতে সংস্থাটোৱে চেক প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।