আগষ্টত ভূটানলৈ যাব মোদী

 07/31/2019 - 18:55

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আগষ্ট মাহত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীয়ে ভুটানৰ সৈতে কেবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা।

২০১৭ চনত সৃষ্টি হোৱা দকলমা সংকটৰ পিছত মোদী এবাৰো ভূটানলৈ যোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।