শ্বেতা আগৰৱালৰ হত্যাকাণ্ডঃ আজি দোষীৰ শাস্তি ঘোষণা কৰিব আদালতে

 08/01/2019 - 13:31

গুৱাহাটীঃ ২০১৭ চনৰ ৪ ডিচেম্বৰত ৰাজ্য জোকাৰি যোৱা শ্বেতা আগৰৱালৰ হত্যাকাণ্ডৰ ৩ দোষীৰ শাস্তি আজি ঘোষণা কৰিব আদালতে। আদালতে এই হত্যাকাণ্ডত দোষী সাব্যস্ত কৰিছে শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘাল, গোবিন্দৰ মাতৃ আৰু ভগ্নীক।

২০জনকৈ সাক্ষীয়ে সাক্ষ্যদান কৰিছিল আদালতত। অভিযুক্ত পক্ষৰ হৈ সাক্ষ্য দান কৰিছিল তিনিজনে। আদালতে তিনিওকে দোষী সাব্যস্ত কৰাৰ পিছতে দোষীৰ ফাঁচিৰ দাবী তোলে শ্বেতাৰ পিতৃয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।