08/01/2019 - 16:29
in
হাউলীঃ হাউলী নগৰৰ বিভিন্ন ৰাস্তাত অবৈধভাৱে যান-বাহন পাৰ্কিং কৰাৰ অপৰাধত মটৰ গাড়ীসমূহৰ গৰাকীৰ পৰা বিগত তিনি দিনত মুঠ ৪৪,৭০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি নতুনকৈ যোগদান কৰা হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে জানিবলৈ দিয়ে। হাউলী আৰক্ষীৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।