অসমৰ যুৱকৰ দ্বাৰা নিৰ্মিত চুটি ছবি লণ্ডনৰ LIFT OFF GLOBAL NETWORK লৈ নিৰ্বাচিত

 08/01/2019 - 17:00

ডিজিটেল ডেস্কঃ বোৰ্কা গাঁ‌ৱৰ উদীয়মান যুৱক দ্বীপজ্যোতি ডেকাৰ নিজা পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত চুটি ছবি "FLY IN THE SKY"-এ লণ্ডনত হ'ব লগা "LIFT OFF GLOBAL NETWORK" ৰ বাবে নিৰ্বাচিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।