অভিনেতা ৰবি শৰ্মাৰ বিজেপিত যোগদান

 08/02/2019 - 18:11

ডিজিটেল ডেস্কঃ বিজেপিত যোগদান কৰিলে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে অন্যান্য দলীয় শীৰ্ষ নেতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত ৰবি শৰ্মাই। লগতে ২০১৩ চনৰ এপিএছচি কেলেংকাৰী উদঙাই দিয়া দন্ত চিকিৎসক সুস্মিতা গগৈয়েও বিজেপিত যোগদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।